"অনুৰাগ মাথোঁ তোমাৰ বাবে"|OFFICIAL TRAILER|ASSAMESE WEB SERIES|PRIYANKA|SASANKA|SRISHTI PRODUCTION|
Автор: সৃষ্টি প্ৰডাকছন🎥
Загружено: 2025-03-13
Просмотров: 1624
A web series written by Priyanka Kashyap
"কেতিয়াবা ৰৈ যায় বহু কথা নোকোৱাকৈ,
কেতিয়াবা ৰৈ যায় দুখন হ্দয় এক নোহোৱাকৈ,
কেতিয়াবা নিস্বার্থভাৱে ভালপাইও কাৰোবাক হেৰুৱাব লগা হয়
তথাপিও মনে কয় ---------
"অনুৰাগ মাথোঁ তোমাৰ বাবে"!"❤️🔥
Trailer is out now♥️
অতি সোনকালেই আহি আছোঁ আমি ৱেব চিৰিজৰ জৰিয়তে আপোনালোকক এক নতুন সোৱাদ দিবলৈ আৰু লগতে আপোনালোকৰ মৰম আর্শীবাদ ল'বলৈ আমাৰ নতুন সৃষ্টি আৰু চিন্তাধাৰাৰে আৰন্ভণি কৰা নতুন চেনেল "সৃষ্টি প্ৰডাকছন" ত৷
Story Concept Dialogue--
Priyanka Kashyap
Direction &Produce by--
Sasanka Sekhor Sarmah
Cinematography--
Gitartha, Pranjal & Sumon Susanta
Editing & Mixing--
Priyanka Kashyap
Song--
Tumi Mathu Mur
• Tumi Mathu Mur || Pronayan Sarmah ||Bancha...
Music--
Banchan Borkotoky
Lyrics--
Abhijit Nath
Singing & Composition--
@pronayansarmah3842
Poster Design --
Priyanka Kashyap
Ing--
Priyanka Kashyap,Swarangee Kashyap, Darpan Borah, Eshan Kaushik,Deepjyoti Dutta, Pinakshi Neog, Guleswar Borah,Suraj Bora,Jemon Das, Bandana,Gulancy,Deepanjali,Saranga,Palash,Pronami,Manash,Apsara,Jaanmoni, Bhargobi,Kavya etc....
#srishtiproduction #webseries #lovestory #drama #truestory #assam #actorslife #full #on #entertainment #movies #love #support #us
@Filmflymusicalstudio @priyankakashyapofficial5274 @pronayansarmah3842 @mkf_production_24 @MayabiniFilms @rootstockentertainments @aloopitikaentertainment8006 @RangTV @RengoniTV @JunakorBorokhun @Joonak @nktvplus @spondontvassam @ChannelSpondon @AchurjyaBorpatraOfficial @Srishtiproductionfilms @NEELAKASHDAS @kumarkashyap65 @priyampallabeekashyapoffic762 @barshabishaya @BuddiesProduction2017 @PinkalPratyush @SurajYashiShorts @SurabhiDas22 @BINDASSSUKANYA @Putolavlogs @tseries @GoldminesTelefilms @zeemusiccompany @AnupamMovies @AnupamMovieSongs @অনুপমবিতোপন @NewsLiveTVofficial @DY365NEWS @PrimetimeActionMovies @ABPNews @Ananyasworld @Junmoni @JIMPIBORA
&
আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছো যে আগৰটি চেনেল @filmflymusicalstudio ত চুটিছবি কৰাসকলৰ লগতে আমাৰ লগত নিজে সংযোগ ৰাখি অভিনয়ৰ প্ৰতি ইচ্ছুক নতুন প্ৰতিভাৱান সকলক বাছনি কৰি উলিয়াই এই Plateform খনিত web film,web series আৰু বোলছবি কৰাৰ সুযোগ দিয়া হ'ব ৷ লগতে লাভ কৰিব পাৰিব অসমীয়া জনপ্ৰিয় জেষ্ঠ্য অভিনেতা-অভিনেত্ৰীৰ সৈতে অভিনয় কৰাৰ সোণালী সুযোগ৷
আমাৰ প্ৰচেষ্টা নৱ প্ৰতিভাৱানসকলৰ প্ৰতিভা বিকাশৰ৷🎭
তেন্তে দেৰি কিহৰ বিশেষ জানিবলৈ এতিয়াই যোগাযোগ কৰক আমাৰ লগত📞👇🏻
1)6901970803
2)8011527725
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: