Koto Jowanor Mrityu Hol | Dikshu | Assam Police | কত জোৱানৰ মৃত্যু হল | Purely Assamese
Автор: Biraj Roy Official
Загружено: 2021-10-28
Просмотров: 22477
"ৰাষ্ট্ৰীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস" উপলক্ষে সুধাকণ্ঠ ডঃভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীতৰ অনুপ্ৰেৰণাৰে ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলী জনাই এটি গীত প্ৰস্তুত কৰা হৈছে।
মূল গীতটিত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুয়ে কণ্ঠদান কৰাৰ উপৰি গীতটি প্ৰস্তুত কৰোতে বিভিন্ন ধৰণে সহায় কৰিছে তাৰছেম মিত্তল,স্বপ্নালী মহন্ত,মণীষা হাজৰিকা আৰু কমল কটকীয়ে। কেউজনকে অসম আৰক্ষীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল।
#lestweforget #heroesofassampolice #assamheroes #assampolicemartyrs #NeverForget
Note- This video is collected from DGPAssamPolice fb page. It is recolored and upliaded for you all. If anything wrong please inform me, I will remove it if necessary. Thankyou
Contact me at- [email protected]
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: