Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.

Автор: Assamese Old Songs অসমীয়া পুৰণি গীত

Загружено: 2021-09-05

Просмотров: 123438

Описание:

Assamese film song of Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song :

কি বিচাৰি ওৰে জীৱন কেনি আগুৱালোঁ
বহু ধনৰ মোহত পৰি মূলো হেৰুৱালোঁ ।
যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গলোঁ
অতি লোভত পৰি আজি পাপত বন্দী হলোঁ ।

মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ
আনৰ সুখক কাঢ়ি আনি ৰং চাইছিলোঁ ।

যি বোকাৰে পদুমতে কলঙ্ক সানিলোঁ
ধুই পখালি সাবটিবি, তোকেই সঁপি দিলোঁ ।
 
আনে সঁপি দিয়াজন যেন, পদুমৰে কলি,
কলঙ্কিতা নাৰী হʼলেও, লʼলো ভনী বুলি ।

বোকাৰ পৰা পদুমকে মূৰত লʼলো তুলি
পণ কৰিলো উৰে জীৱন ৰক্ষা কৰিম বুলি ।

ভোগৰ সমল নহৱ তই কামুক সৱৰ বলি
নিৰ্ভয়ে মই আগচিম জীৱন গʼলেও জ্বলি ।

কথা, সুৰ-সঙ্গীত আৰু কণ্ঠ : ভূপেন হাজৰিকা

Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Assamese News Today/12 December Assamese Evening News/Zubeen Garg Chargesheet Report News/News Today

BHUPEN HAZARIKA SONGS | ড° ভূপেন হাজৰিকাৰ চিৰসেউজ গীত | Timeless Assamese Hits

ডাঙৰ খবৰ।জুবিন হত্যা লগত জড়িত এখন চিঠিয়ে লগাইছে তোলপাৰ।ৰাজনীতিত লগালে তোলপাৰ/virel news

Mor Nai Ekowei Nai ( মোৰ নাই একোৱেই নাই) - by Bhupen Hazarika.

УЖЕ ЕСТЬ ГРУППА, ГОТОВАЯ СВЕРГНУТЬ РЕЖИМ! РЕАЛЬНЫЙ СЦЕНАРИЙ

শ্যামকানু-সিদ্ধাৰ্থক লগ কৰিবলৈ কাৰাগাৰলৈ গ'ল নিশিতা। হাতত নিয়া এখন পত্ৰক লৈ চাঞ্চল্য। Zubeen garg

Aparupa All Songs | অপরূপা | Bhupen Hazarika | Usha Mangeshkar | Assamese Songs | আসামি গান

আই অ আই  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত

আই অ আই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত

Ohar Dore Ubhoti Atori Gola (অহাৰ দৰে উভতি আতৰি গ'লা) ARCreation

Prem prem buli.... Dr Bhupen Hazarika. Lyrics.. Laksminath Bezbaruah..

Best of Bhupen Hazarika II ভূপেন হাজারিকা II সেরা বাংলা গান II একখানা মেঘ ভেসে এল আকাশে

ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত

ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত

চাৰিটা ট্ৰাংক লৈ আদালতত SITৰ দল || People's TV

All Time Greats – Bhupen Hazarika | Bistirna Parare | Moi Eti Jajabar | Ami Asamiya | অসমীয়া গীত

" সূৰ্য উদয় যদি লক্ষ্য আমাৰ" কথা/সুৰ/কন্ঠ ড০ভূপেন হাজৰিকা, সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

Best Assamese Songs of Bhupen Hazarika (Part 2) | ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত

Megh Thom Thom Kore | মেঘ থম থম করে | Bhupen Hazarika | Evergreen Bangla Movie Song

Chinaki Geet | VOL - 1 | Audio Jukebox | Khagen Mahanta | Archana Mahanta | Assamese Song

Ahar Dorei Ubhati Atari ( অহাৰ দৰেই উভতি আঁতৰি গ'লা) - Gayatri Hazarika. Assamese Modern Song.

Bhupen Hazarika Golden Melodies: Timeless Evergreen Assamese songs

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: [email protected]