Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

Mor Nai Ekowei Nai ( মোৰ নাই একোৱেই নাই) - by Bhupen Hazarika.

Автор: Assamese Old Songs অসমীয়া পুৰণি গীত

Загружено: 2019-09-25

Просмотров: 35758

Описание:

Assamese song of Bhupen Hazarika / Lyrics by Late Amarjyoti Choudhury. /Lyrics of the song :

#_মোৰ_নাই_একোৱেই_নাই
দিবলে আনক প্রেৰণা.. !
সকলো যেন মোৰ শেষ হৈ গ’ল
অতীত দিগন্তৰ অচিন বুকুতে.. ৷

মোৰ নাই একোৱেই নাই
দিবলে আনক প্রেৰণা !
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রেৰণা !
সকলো যেন মোৰ শেষ হৈ গ’ল
সকলো যেন মোৰ শেষ হৈ গ’ল
অতীত দিগন্তৰ অচিন বুকুতে !
আজি নাই একোৱেই নাই
দিবলে আনক প্রেৰণা ৷

বিচাৰিছোঁ চৌদিশে মোৰ প্রাণে বিচৰা
বিচাৰিছোঁ চৌদিশে মোৰ প্রাণে বিচৰা
সকলো পোৱাৰ সু্ঁতি
পূণ্য সজাবলে
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রেৰণা
সকলো যেন মোৰ শেষ হৈ গ’ল
সকলো যেন মোৰ শেষ হৈ গ’ল
অতীত দিগন্তৰ অচিন বুকুতে !
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রেৰণা !

আকৌ জনম ল’ম এই জনম গ’লে
আকৌ জনম ল’ম এই জনম গ’লে
পুনু গঢ়ি লম শিল্পী হৃদয়েৰে
সিঁচি যাম তেতিয়া নৱ কবিতাৰ বীজ
সিঁচি যাম তেতিয়া নৱ কবিতাৰ বীজ
মানৱীয় সংকল পথ সাহসেৰে
আজি নাই একো নাই
দিবলে আনক প্রেৰণা
সকলো যেন মোৰ শেষ হৈ গ'ল
সকলো যেন মোৰ শেষ হৈ গ'ল
অতীত দিগন্তৰ অচিন বুকুতে
মোৰ নাই একোৱেই নাই
দিবলে আনক প্রেৰণা... ৷৷
🌿 🌼 🌿
কথা : স্বৰ্গীয় অমৰজ্যোতি চৌধুৰী
কণ্ঠ : ভূপেন হাজৰিকা

Mor Nai Ekowei Nai ( মোৰ নাই একোৱেই নাই) - by Bhupen Hazarika.

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

কি আছে ১২হাজাৰ পৃষ্ঠাৰ অভিযোগনামাত? কেনেদৰে ২বছৰ পূৰ্বৰে পৰা ৰচা হৈছিল জুবিন হ**ত্যাৰ পৰিকল্পনা?

কি আছে ১২হাজাৰ পৃষ্ঠাৰ অভিযোগনামাত? কেনেদৰে ২বছৰ পূৰ্বৰে পৰা ৰচা হৈছিল জুবিন হ**ত্যাৰ পৰিকল্পনা?

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika.

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika.

শ্যামকানু-সিদ্ধাৰ্থক লগ কৰিবলৈ কাৰাগাৰলৈ গ'ল নিশিতা। হাতত নিয়া এখন পত্ৰক লৈ চাঞ্চল্য। Zubeen garg

শ্যামকানু-সিদ্ধাৰ্থক লগ কৰিবলৈ কাৰাগাৰলৈ গ'ল নিশিতা। হাতত নিয়া এখন পত্ৰক লৈ চাঞ্চল্য। Zubeen garg

" সূৰ্য উদয় যদি লক্ষ্য আমাৰ" কথা/সুৰ/কন্ঠ ড০ভূপেন হাজৰিকা, সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

Ohar Dore Ubhoti Atori Gola (অহাৰ দৰে উভতি আতৰি গ'লা) ARCreation

Ohar Dore Ubhoti Atori Gola (অহাৰ দৰে উভতি আতৰি গ'লা) ARCreation

Bhupen Hazarika MOR MON JAAI মোৰ মন যায় বুদ্ধিজীৱীৰ Nirmalprava

Bhupen Hazarika MOR MON JAAI মোৰ মন যায় বুদ্ধিজীৱীৰ Nirmalprava

Best of Bhupen Hazarika II ভূপেন হাজারিকা II সেরা বাংলা গান II একখানা মেঘ ভেসে এল আকাশে

Best of Bhupen Hazarika II ভূপেন হাজারিকা II সেরা বাংলা গান II একখানা মেঘ ভেসে এল আকাশে

আই অ আই  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত

আই অ আই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত

Prem prem buli.... Dr Bhupen Hazarika. Lyrics.. Laksminath Bezbaruah..

Prem prem buli.... Dr Bhupen Hazarika. Lyrics.. Laksminath Bezbaruah..

Jai O Kanu Bai Benu(যায় অ' কাণু বায় বেণু),Original-Khogen Mohanta,New version-Mohendra Hazarika

Jai O Kanu Bai Benu(যায় অ' কাণু বায় বেণু),Original-Khogen Mohanta,New version-Mohendra Hazarika

Bhupen Hazarika - Best Assamese Songs (Part 1) ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত @xuriya-maat

Bhupen Hazarika - Best Assamese Songs (Part 1) ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত @xuriya-maat

Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.

Ki Bisari Ore Jibon ( কি বিচাৰি ওৰে জীৱন ) - by Bhupen Hazarika.

এগৰাকী অধিবক্তাৰ মন্তব্য- মৃত্যু*দণ্ড হ'ব পাৰে || কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য || #zubeengarg

এগৰাকী অধিবক্তাৰ মন্তব্য- মৃত্যু*দণ্ড হ'ব পাৰে || কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য || #zubeengarg

" বোলো অ' মিচিং ডেকাটি " ( NEW VERSION 2004) কথা,সুৰ,কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

Сандипан Гарг мог бы быть свидетелем.

Сандипан Гарг мог бы быть свидетелем.

Bhupen Hazarika Hindi ll  Timeless Songs

Bhupen Hazarika Hindi ll Timeless Songs

Bihuti bosori ahiba // Bhupen hazarika old song

Bihuti bosori ahiba // Bhupen hazarika old song

Puhor Bilaxi

Puhor Bilaxi

Bimurto Mur Nixaati/sung by Rituraani Mousumi /Heartfelt Tribute to Bharat Ratna/Dr.Bhupen Hazarika

Bimurto Mur Nixaati/sung by Rituraani Mousumi /Heartfelt Tribute to Bharat Ratna/Dr.Bhupen Hazarika

Xamayar Gaat Aaji... eikhan manuhar desh (Lyrical Video) by DR. BHUPEN HAZARIKA #legend

Xamayar Gaat Aaji... eikhan manuhar desh (Lyrical Video) by DR. BHUPEN HAZARIKA #legend

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]