ACAৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে ভাৰত–দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট
Автор: NKTV PLUS
Загружено: 2025-11-23
Просмотров: 840
▶️ ACAৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে ভাৰত–দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট। গান্ধী–মেণ্ডেলা ছিৰিজৰ দ্বিতীয় তথা অন্তিম টেষ্টত দক্ষিণ আফ্ৰিকাৰ বেটিং বিক্ৰমত বিধ্বস্ত ভাৰতৰ বলিং। দ্বিতীয় দিনাৰ অন্তত সবল স্থিতিত দক্ষিণ আফ্ৰিকা। ঐতিহাসিক টেষ্ট উপভোগ কৰিবলৈ আজিৰ দিনটোত ক্ৰিকেট অনুৰাগীৰে ভৰি পৰিল বৰ্ষাপাৰা ষ্টেডিয়াম।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: