বিজেপিক ক্ষমতাচ্যুত কৰি কংগ্ৰেছে গঠন কৰিব চৰকাৰ
Автор: Pratidin Time
Загружено: 2026-01-26
Просмотров: 682
বিজেপিক ক্ষমতাচ্যুত কৰি কংগ্ৰেছে গঠন কৰিব চৰকাৰ। তৃণমূল পৰ্যায়ত শক্তিশালী ৰূপত আগবাঢ়িছে কংগ্ৰেছ দল। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কংগ্ৰেছ নেতা পৱনসিং ঘাটোৱাৰৰ।
#PratidinTime #AssamNews #assam #BJP
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: