চুগাৰৰ ৰোগীয়ে এই ৬টা বস্তু সদায় খাওক, কেতিয়াও চুগাৰ নাবাঢ়ে | How to Control Sugar Naturally
Автор: Chitra Ranjan Nath
Загружено: 2025-12-08
Просмотров: 75886
চুগাৰৰ ৰোগীয়ে এই ৬টা বস্তু সদায় খাওক, কেতিয়াও চুগাৰ নাবাঢ়ে | How to Control Sugar Naturally
প্ৰিয় দৰ্শক, ডায়েবেটিছ বা চুগাৰ কি সঁচাকৈয়ে কেতিয়াও ঠিক নহয়? নে ই কেৱল আমাৰ খাদ্যৰ বিশৃংখলতাৰ বাবে হোৱা এটা সমস্যা? আজিৰ এই বিশেষ ভিডিঅ’টোত আমি আলোচনা কৰিছো কেনেকৈ মাত্ৰ ৩–৪ মাহৰ ভিতৰতে খোৱা-বোৱাৰ সঠিক পৰিৱৰ্তন কৰি আপুনি ডায়েবেটিছক শিপাৰ পৰা নাইকীয়া কৰিব পাৰে। এই ভিডিঅ’টোত আমি ৬টা এনে Superfoods-ৰ বিষয়ে কৈছো, যিবোৰে প্ৰাকৃতিকভাৱে ইনচুলিন ৰেজিষ্টেন্স ঠিক কৰি ব্লাড চুগাৰ সুস্থিৰ কৰি ৰাখে।
ভিডিঅ’টোত কি কি জানিব পাৰিব: ✅ ৰঙালাউ আৰু মেথি গুটিৰ চমৎকাৰী গুণ। ✅ তিতা কেৰেলাৰ জুচ কেনেকৈ সোৱাদযুক্ত কৰি খাব পাৰি? ✅ চুগাৰ ৰোগীয়ে কল, আম আৰু ড্ৰাই ফ্ৰুইটছ কেনেকৈ খাব লাগে? ✅ মিলেটছ (Millets) বা ক্ষুদ্ৰ শস্যৰ গুৰুত্ব। ✅ চালাড খোৱাৰ সঠিক নিয়ম আৰু ইয়াৰ লাভালাভ। ✅ ২-৩ মাহৰ বাবে এটা সম্পূৰ্ণ ডায়েট প্লেন।
সতৰ্কবাণী: ভিডিঅ’ত দিয়া উপায়সমূহ প্ৰয়োগৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক। এই তথ্যসমূহ বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে। চিকিৎসক বা বিশেষজ্ঞৰ অনুমতি লৈহে যিকোনো উপায় প্ৰয়োগ কৰিব।
যদি আপুনি স্বাস্থ্য সচেতন আৰু এনে তথ্যপূৰ্ণ ভিডিঅ’ যদি বিচাৰে, তেন্তে আমাৰ চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। ভিডিঅ’টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ আপোনজনক শ্বেয়াৰ কৰিব। ধন্যবাদ!
#DiabetesControl #HealthyLiving #AssameseHealthTips #BloodSugarManagement #Superfoods #HealthyDiet #MilletsForDiabetes #NaturalRemedies #HealthCareAssam #SugarFreeLife #DiabetesDietAssamese
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: