নাৰদৰ সুন্দৰ গীতটি এলেংমুৰীয়া প্ৰতিযোগিতাত || Narodor geet || vauna competition @vauna_premi
Автор: ভাওনা প্ৰেমী
Загружено: 2024-12-02
Просмотров: 125
নাৰদৰ সুন্দৰ গীতটি এলেংমুৰীয়া প্ৰতিযোগিতাত || Narodor geet || vauna competition @vauna_premi
ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে এবাৰ চাবছোন, আপোনাৰো ভাল লাগিব ! যদি ভাল লাগিছে ভিডিঅ'টি লাইক, কমেন্ট কৰিব, আৰু আপুনি যদি আমাৰ চেনেলটি প্ৰথমবাৰ চাইছে চেনেলটি subscribe কৰিব আৰু কাষতে থকা ঘণ্টাটো টিপি all কৰি ৰাখিব
সংস্কৃতিৰ দ্বাৰা আনন্দ লৈ, সংস্কৃতিৰ দ্বাৰা সমন্বয় গঢ়ি, সংস্কৃতিৰ মাজত থাকি দু:খ, ভয় কৰো পৰিহাৰ ৷ সংস্কৃতিৰ লগত জড়িত হৈ শান্তি , ভক্তি , ত্যাগ , সেৱা , উপাসনা আদি লাভ কৰো ৷
আমাৰ লক্ষ্য অসমীয়াৰ কৃষ্টি সংস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া, তাৰবাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন, আপোনা লোকৰ যিকোনো ধৰণৰ দিহাপৰামৰ্শ, মন্তব্য কমেন্ট বক্সত জনাব !
জয়তু অসমীয়া ভাওনা সংস্কৃতিৰ ।।
সেৱাৰে ভাওনা প্ৰেমী youtube channel
Donot forget to like, comment, share & subscribe the channel and press bell icon
ভাওনাৰ সকলোধৰণৰ ভিডিও সকলোৰে উপভোগী হোৱাকৈ চেয়াৰ কৰিব
🙏ধন্যবাদ🙏
#vauna_premi
#সিন্ধুমুনিৰ_পিতৃভক্তি
#viral_video
#vira_narod
#narodor_geet
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: