BTR শান্তিচুক্তিৰ পিছতো BTCৰ বহু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ নহ’ল।
Автор: Pratidin Time
Загружено: 2025-11-27
Просмотров: 683
BTR শান্তিচুক্তিৰ পিছতো BTCৰ বহু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ নহ’ল। BTCৰ ভিতৰে-বাহিৰে থকা বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ আওতালৈ অনাৰ আহ্বান বিধায়ক লৰেন্স ইছলাৰী আৰু ৰবিৰাম নাৰ্জাৰীৰ। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত আগবঢ়ালে দুটা বিশেষ ঘোষণা। ইফালে, চাহ বাগিচা এলেকাত থকা আদৰ্শ বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ পূৰণৰ বাবে বিদ্যালয় পৰিচালনা সমিতিক কৰ্তৃত্ব প্ৰদান কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে।
#pratidintime #assembly
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: