যোৰহাটৰ কংগ্ৰেছ ভৱনত APCCৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল।
Автор: Pratidin Time
Загружено: 2025-11-27
Просмотров: 1319
যোৰহাটৰ কংগ্ৰেছ ভৱনত APCCৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল। SRৰ জেৰ টানি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক সমালোচনা গৌৰৱ গগৈৰ। নিৰ্বাচন আয়োগক মেচিন ৰিডেবল ভোটাৰ তালিকা তৈয়াৰ কৰাৰ দাবী লোকসভাৰ বিৰোধী উপদলপতিগৰাকীৰ।
#pratidintime #assamnews #jorhat #gauravgogoi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: