লুইতৰ বুকুত ওপঙি চলন্ত জাহাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰীক্ষা পে চৰ্চা
Автор: Pratidin Time
Загружено: 2025-12-21
Просмотров: 2806
লুইতৰ বুকুত ওপঙি চলন্ত জাহাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰীক্ষা পে চৰ্চা। উত্তৰ-পূবত প্ৰথমবাৰলৈ অনুষ্ঠিত এই অনুষ্ঠানত অংশ লয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ২৫ শিক্ষাৰ্থীয়ে। আজি পুৱা প্ৰায় ৫৫ মিনিটৰ বাবে ২৫ শিক্ষাৰ্থীৰ সৈতে পৰীক্ষাক লৈ চৰ্চা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
#pratidintime #assamnews #assam #narendramodi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: