P&RDৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰত অভিযান CM ভিজিলেন্সৰ...
Автор: Pratidin Time
Загружено: 2025-12-23
Просмотров: 2841
P&RDৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰত অভিযান আৰম্ভ কৰিছে CM ভিজিলেন্সে। এই সুশীল কুমাৰ তামুলীৰ বিৰুদ্ধে এদিন CBI তদন্তৰ দাবী কৰিছিল দিছপুৰৰ বিধায়ক অতুল বৰাই। একেদিনাই বৰপেটা সত্ৰৰ বিঘাই বিঘাই ভূমি জালিয়াতিৰে সন্দেহজনক লোকৰ নামত নামজাৰি কৰাৰ অভিযোগত ACS বিষয়া জয়ন্ত বৰাৰ বিৰুদ্ধে বৰপেটাত অভিযান চলাই CM ভিজেলেন্সে।
#PratidinTime #barpeta #Beltola
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: