গেৰুৱা হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।
Автор: NB News
Загружено: 2026-01-24
Просмотров: 1919
ছাত্ৰ ৰাজনীতিৰ অৱসান। শংকৰজ্যোতি বৰুৱাসহ ৭ আছু নেতা, চাহ মজদুৰ সংঘৰ আগশাৰীৰ নেতাৰ লগতে কেইবাটাও দল-সংগঠনৰ লোকে গেৰুৱা বসন পৰিধান কৰে৷ প্ৰাক্তন প্ৰশাসনিক মৰিগাঁৱৰ হেমন্ত কুমাৰ দেউৰী আদিয়ে যোগদান কৰে দলটোত৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: