বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰাক্তন প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দেউৰীয়ে।
Автор: NB News
Загружено: 2026-01-24
Просмотров: 213
বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰাক্তন প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দেউৰীয়ে। বিজেপিত যোগদান কৰি প্ৰতিক্ৰিয়া প্ৰকাশ দেউৰীৰ। মুক্তভাৱে ৰাইজৰ হৈ কাম কৰাৰ মন দেউৰীৰ। দলীয় সিদ্ধান্ত মতে দেউৰীয়ে আগবঢ়াব সেৱা। প্ৰাৰ্থিত্ব লাভ কৰিলে নিৰ্বাচন খেলিবলৈ সাজু প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকী।
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: