Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

মা আৰু ভন্টিৰ সৈতে হাঁহ মাংস কোমোৰা আৰু পছলাৰ লগত । A beautiful day with my mother and sister।

Автор: AMAR GAON

Загружено: 2023-11-05

Просмотров: 1008959

Описание:

আজিৰ video টোত আছে ...
কোমোৰা লগত হাঁহ মাংসৰ জালুকীয়া..
পছলাৰ লগত হাঁহৰ জ্বলা পেটো ভাজি..
আৰু বহুতো....

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon

আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"

Our Facebook link-  / amargaon12  
Our Instagram link-https://instagram.com/amargaon20?utm_...
Watch all my videos -   / @amargaon3296  

some other videos.....
Nature gives us all everything-   • প্ৰাচুৰ্যময় পাহাৰৰ বনৰীয়া শাক পাঁচলিবোৰ | ...  
*The lifestyle of the people on the bank of our Disang river-   • ম'হৰ এঠা দৈৰ সৈতে কোমল চাউলৰ জলপান | The l...  
*A special fishing day-   • ঠলুৱা মাছৰ আঞ্জা | A special fishing day |...  
*A beautiful day of the harvesting season to reap our golden paddy fields-   • মাতে পকা ধানে ৰিঙীয়াই | A beautiful day of...  

#villagelifestyle
#villagecooking
#ethnicfood l
#amargaon
#assam

মা আৰু ভন্টিৰ সৈতে হাঁহ মাংস কোমোৰা আৰু পছলাৰ লগত । A beautiful day with my mother and sister।

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

গাঁৱৰে পুখুৰীত ধৰা বাহু মাছৰে তৃপ্তিভৰা এসাঁজ । মাছৰ মাথাৰ খাৰ দিয়া  | লতাবিন সোৱাদপূৰ্ণ পিটিকা |

গাঁৱৰে পুখুৰীত ধৰা বাহু মাছৰে তৃপ্তিভৰা এসাঁজ । মাছৰ মাথাৰ খাৰ দিয়া | লতাবিন সোৱাদপূৰ্ণ পিটিকা |

দৰা কেৰেলাৰ আৰু কইনা অসমৰ - A unique Assamese wedding story

দৰা কেৰেলাৰ আৰু কইনা অসমৰ - A unique Assamese wedding story

ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটোৱেই জনা নাছিলোঁ প্ৰথমতে @amargaon3296

ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটোৱেই জনা নাছিলোঁ প্ৰথমতে @amargaon3296

Кого любит свекровь: золовку или невестку? Ассамский короткометражный фильм 2025@jyotishmasarania

Кого любит свекровь: золовку или невестку? Ассамский короткометражный фильм 2025@jyotishmasarania

ছাগলী  মাংসৰ ৰেচিপি |  MUTTON CURRY RECIPE

ছাগলী মাংসৰ ৰেচিপি | MUTTON CURRY RECIPE

বিয়াৰ পিছত প্ৰথমটো ৰাতিপুৱা❤️// Pregnancy 5 Months পঞ্চামৃত...

বিয়াৰ পিছত প্ৰথমটো ৰাতিপুৱা❤️// Pregnancy 5 Months পঞ্চামৃত...

💥গৰমৰ দিনত দুখীয়া মাক আহিল চহৰৰ ধনী জীয়েকৰ ঘৰলৈ😭Assamese cartoon video/Story

💥গৰমৰ দিনত দুখীয়া মাক আহিল চহৰৰ ধনী জীয়েকৰ ঘৰলৈ😭Assamese cartoon video/Story

Catfish recipe in Assamese traditional style । শিঙি আৰু মাগুৰ মাছৰ জোল।

Catfish recipe in Assamese traditional style । শিঙি আৰু মাগুৰ মাছৰ জোল।

আজি ঘৰত মাছেই মাছ || Daily Vlog || Village Vlog

আজি ঘৰত মাছেই মাছ || Daily Vlog || Village Vlog

লাই লগত কুকুৰা মাংস বইল আৰু বুট মগু লগত অমিতা খাৰ দিয়া ভাজি খনৰ জুতিয়ে মনলৈ কি যে তৃপ্তি আনি দিয়ে।

লাই লগত কুকুৰা মাংস বইল আৰু বুট মগু লগত অমিতা খাৰ দিয়া ভাজি খনৰ জুতিয়ে মনলৈ কি যে তৃপ্তি আনি দিয়ে।

নিজৰ গাঁও ঘৰলৈ বুলি | হাঁহ মাংসৰে একেলগে । To our village |

নিজৰ গাঁও ঘৰলৈ বুলি | হাঁহ মাংসৰে একেলগে । To our village |

Happy harvesting with careful planting। হাঁহৰ কণীৰ লগত সোৱাদপূৰ্ণ আঞ্জা আৰু  পকৰী লগত চাহৰ জুতি ।

Happy harvesting with careful planting। হাঁহৰ কণীৰ লগত সোৱাদপূৰ্ণ আঞ্জা আৰু পকৰী লগত চাহৰ জুতি ।

ধনী টাউনীয়া বান্ধৱী দুখীয়া বান্ধৱীৰ ঘৰত // Assamese Comedy Video // Madhurima Gogoi //

ধনী টাউনীয়া বান্ধৱী দুখীয়া বান্ধৱীৰ ঘৰত // Assamese Comedy Video // Madhurima Gogoi //

Poita Bhator জুতি ep: 1 🫠মকত পাতেৰে Steamed Fish Eggs,পাতত দিয়া সৰু মাছ,unique Kaskol pura pitika

Poita Bhator জুতি ep: 1 🫠মকত পাতেৰে Steamed Fish Eggs,পাতত দিয়া সৰু মাছ,unique Kaskol pura pitika

very tasty duck recipes । হাঁহে বাঁহে সাঁজে । হাঁহৰ লগত দুটি অতি সোৱাদপূৰ্ণ জুতি ।

very tasty duck recipes । হাঁহে বাঁহে সাঁজে । হাঁহৰ লগত দুটি অতি সোৱাদপূৰ্ণ জুতি ।

দুখীয়া ঘৰত খাবলে যাবা ধনী ঘৰত চাবলে যাবা//Assamese short story//

দুখীয়া ঘৰত খাবলে যাবা ধনী ঘৰত চাবলে যাবা//Assamese short story//

পৰকীয়া প্ৰেমৰ জালা ।। Assamese Comedy Video || Suven Kai Video || Voice Assam ||

পৰকীয়া প্ৰেমৰ জালা ।। Assamese Comedy Video || Suven Kai Video || Voice Assam ||

Pork with Bamboo shoot by Master Chef Nayan Jyoti Saikia/Easy pork recipe/ food vlog/Dhruva j kalita

Pork with Bamboo shoot by Master Chef Nayan Jyoti Saikia/Easy pork recipe/ food vlog/Dhruva j kalita

আইমনি কামান আৰু দিপিকা আহিছে আমাৰ ঘৰত😍Local Chicken Leg Piece খাবলৈ পালো//Ditivlogs

আইমনি কামান আৰু দিপিকা আহিছে আমাৰ ঘৰত😍Local Chicken Leg Piece খাবলৈ পালো//Ditivlogs

ইমান বয়সৰলৈকে সুস্থ শৰীৰে ঘৰৰ সকলো বিলাক কাম কৰি যাব পৰা এগৰাকী আইতা ।

ইমান বয়সৰলৈকে সুস্থ শৰীৰে ঘৰৰ সকলো বিলাক কাম কৰি যাব পৰা এগৰাকী আইতা ।

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]