জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল আজি সদন ৷
Автор: NB News
Загружено: 2025-11-25
Просмотров: 285
জুবিন গাৰ্গক পৰিকল্পিতভাৱে হ**ত্যা কৰা হৈছিল ৷ এজনে মাৰিছিল আৰু আন ৩-৪ জনে সহযোগ কৰিছিল ৷ আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল হৈ পৰিল সদন ৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: