PARASHURAMKUND, ARUNACHAL
Автор: NATARAJAM SIV
Загружено: 2025-07-22
Просмотров: 46153
Parshuram Kund is a Hindu pilgrimage site in the Lohit district of Arunachal Pradesh, India. It is situated on the Brahmaputra plateau in the lower reaches of the Lohit River and about 21 km from Tezu in Lohit district of Arunachal Pradesh, India. Dedicated to the lord Parashurama.
পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশ ৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰজকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে প্ৰভু পৰশুৰামে লোহিত নদীখনৰ এটা অংশ কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। ১৮৪০ চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত ৭০ ফুট দীঘল আৰু ৩০ ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমা বা মকৰ সংক্ৰান্তিত (MakarSankranti)
ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: