ৰ'য়েল গ্ল'বেল ইউনিভাচিটিত বিশেষ অনুষ্ঠান
Автор: Pratidin Time
Загружено: 2025-06-05
Просмотров: 2221
ৰ'য়েল গ্ল'বেল ইউনিভাচিটিত বিশেষ অনুষ্ঠান , ফেশ্বন ডিজাইন এণ্ড টেকন'লজী বিভাগৰ লুক বুক মুকলি। Threads of tomorrow মুকলি বিভাগটোৰ। নিজে প্ৰস্তুত কৰা সাজ-পাৰ পৰিধানেৰে ফেশ্বন শ্ব'ত অংশগ্ৰহণ। উপস্থিত থাকে ফেশ্বন ডিজাইনাৰ অৰিতা কাশ্যপ।
#PratidinTime #AssamNews #RoyalGlobalUniversity
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: