অৰুণাচলৰ আঞ্জাৱত ভয়ংকৰ ঘটনা
Автор: Pratidin Time
Загружено: 2025-12-11
Просмотров: 1038
অৰুণাচলৰ আঞ্জাৱত ভয়ংকৰ ঘটনা
নিয়ন্ত্রণ হেৰুৱাই পাহাৰৰ পৰা বাগৰিল শ্রমিকভৰ্তি ডাম্পাৰ
দুৰ্ঘটনাত নিহত অসমৰ ২২ জন শ্রমিক
তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা গৈছিল ১৯জন শ্রমিক
কামৰ বাবে অৰুণাচললৈ গৈছিল শ্রমিককেইজন
সোমবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো
#pratidintime #arunachal #accident
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: