Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

দুখীয়া বুলি ভাবি অপমান কৰিছিল | পিছদিনা ৰহস্য ফাদিল হ’ল — তেওঁ আছিল স্বয়ং হোটেলৰ মালিক

Автор: Chitra Ranjan Nath

Загружено: 2026-01-07

Просмотров: 12527

Описание:

দুখীয়া বুলি ভাবি অপমান কৰিছিল | পিছদিনা ৰহস্য ফাদিল হ’ল — তেওঁ আছিল স্বয়ং হোটেলৰ মালিক

ABOUT THIS VIDEO:
এজন বৃদ্ধক তেওঁৰ সাধাৰণ সাজ-পাৰৰ বাবে এখন বিলাসী হোটেলত অপমান কৰা হৈছিল।
হোটেলৰ মেনেজাৰ আৰু ৰিচিপচনিষ্টৰ অহংকাৰে তেওঁলোকক ইমানেই অন্ধ কৰি পেলাইছিল যে তেওঁলোকে মানুহজনক চিনি পোৱাত ভুল কৰি পেলালে।
কিন্তু যেতিয়া বৃদ্ধ লোকজনৰ আচল পৰিচয় পোহৰলৈ আহিল, তেতিয়া হোটেলৰ মেনেজাৰ, ৰিচিপচনিষ্ঠ তথা সকলো কৰ্মচাৰীৰ ভৰিৰ তলৰ মাটিয়েই যেন নোহোৱা হৈ পৰিল।

এই কাহিনীয়ে শিকাব যে মানুহৰ আচল পৰিচয় পোচাকত নহয়, বৰঞ্চ মানৱতা আৰু চিন্তাধাৰাতহে আচল পৰিচয় থাকে।
ভিডিঅ’টো শেষলৈকে চাওক আৰু জীৱনৰ এক ডাঙৰ শিক্ষা সকলোকে শ্বেয়াৰ কৰক।

#HeartTouchingStory #AssameseVideo #InspirationalStory #Manabata #Humanity #AssamLife #ViralStory #MoralStory #AxomiyaKahini #LifeLessons #MotivationAssam #AssameseMotivationalStory #stories #story #Assamese

সতৰ্কবাণী: এই কাহিনীটো এটা কাল্পনিক চৰিত্ৰৰ ওপৰত আধাৰিত। ভিডিঅ’টোৰ উদ্দেশ্য কেৱল সমাজত সজাগতা সৃষ্টি কৰা আৰু মানৱতাৰ শিক্ষা প্ৰদান কৰা। এই কাহিনী কোনো ব্যক্তি বিশেষ বা কোনো বিশেষ প্ৰতিষ্ঠানক ইচ্ছাকৃতভাৱে আঘাত কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাই। আমি বিশ্বাস কৰোঁ যে প্ৰতিজন মানুহৰ আত্মসন্মান সমান আৰু কাকো তেওঁৰ বাহ্যিক ৰূপৰ বাবে বিচাৰ কৰিব নালাগে।

দুখীয়া বুলি ভাবি অপমান কৰিছিল | পিছদিনা ৰহস্য ফাদিল হ’ল — তেওঁ আছিল স্বয়ং হোটেলৰ মালিক

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

যিটো ল'ৰাক চোৰ বুলি সন্দেহ কৰিছিল সেই ল'ৰাটো আছিল ১০০ কোটিৰ মালিক | heart touching story

আৰ্মীৰ কৰ্ণেলক অপমান কৰা বিধায়কৰ কি অৱস্থা হ’ল চাওক | Real Story

আদালতত এজন ভিক্ষাৰীক ন্যায়াধীশে ভৰিত ধৰিলে কিয়? 😱 কোন আছিল এইজন? সঁচা ঘটনা Real Story

SZALONY, GENIALNY MECZ, GOL LEWEGO, RAPHINHA BOHATEREM BARCELONY

৫টা কাম কৰা মানুহে পিছৰ জন্মত পশু ৰূপে জন্ম পায় | আত্মাই পশু হোৱাৰ পৰা বচাৰ ৩টা উপায় | গৰুড় পুৰাণ

আদালত কঁপাই দিলে দৰিদ্ৰ ঘৰৰ ছোৱালীয়ে : পিতৃৰ মুক্তিৰ বিনিময়ত ন্যায়াধীশক দিলে আচৰিত প্ৰতিশ্ৰুতি

মৰমৰ ছোৱালী | Moromor Suwali | Assamese Video | Rong Dhemali

অত্যাচাৰী পুলিচ আৰু দালাল নেতাক উচিত শিক্ষা দিলে DC মেডামে | দেখিলে আচৰিত হ’ব | Assamese Video

সাধাৰণ ল’ৰা বুলি অপমান কৰিছিল | কিন্তু আচল পৰিচয় জানি সকলোৰে হাত–ভৰি কপিবলৈ ধৰিলে

«ЭТО ОЖЕРЕЛЬЕ МОЕЙ ПОКОЙНОЙ ЖЕНЫ!» — ЗАКРИЧАЛ магнат, НО ответ уборщицы его…

প্ৰতিদিনে ৩ অনাথ ল'ৰাক ভাত খুৱাইছিল এগৰাকী মহিলাই | ২৫ বছৰৰ পিছত কি ভয়ংকৰ পৰিনাম চাওক true story

ৰাতিপুৱা শুই উঠি এবাৰ কৰক | এটা নিয়ম পালন কৰি সকলো বেমাৰৰ পৰা বাচি থাকক | The Secret Rules of Buddha

কোনেও সমাধা কৰিব নোৱাৰা গণিতটো স্কুল নোযোৱা দুখীয়া ল’ৰাটোৱে কেনেকৈ ১ মিনিটতে সমাধা কৰিলে চাওক | Real

ডাক্তৰ ফেইল কিন্তু কোটিপতি ব্যক্তিজনৰ একমাত্ৰ কন্যাৰ মুখৰ হাঁহি ঘূৰাই আনিলে এটা অনাথ ল'ৰাই | story

এটা গানৰ যাদু! ৰিক্সাৱালাৰ জীয়েক হৈ পৰিল ১০ কোটি টাকাৰ মালিক: আচৰিত ঘটনা | True Story

যিখন ৰিক্সাত SP মেডাম মন্দিৰলৈ গৈছিল ভাড়া দিয়াৰ সময়ত দেখিলে চালক তেওঁৰ বিচ্ছেদিত স্বামী  story

শাহুৰ ওপৰত বোৱাৰীৰ অত্যাচাৰ ||Assamese Short film||2025@jyotishmasarania

Inside a Modern Water Hyacinth Factory – From Raw Plants to Finished Products (Full Process)

НАТО ИСЧЕЗНЕТ 2026-м: КАК ЖИРИНОВСКИЙ УЗНАЛ ЭТО ЗА 4 ГОДА?

"তোকে দিয়ে কিচ্ছু হবে না!"– অপমানিত ছেলেটাই বাঁচালো দেশের সম্মান | Best Motivational Story

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: infodtube@gmail.com