উত্তৰ গুৱাহাটীৰ ৰংমহলত শিলান্যাস কৰা হ’ল উচ্চ ন্যায়ালয়ৰ
Автор: Pratidin Time
Загружено: 2026-01-12
Просмотров: 44785
উত্তৰ গুৱাহাটীৰ ৰংমহলত শিলান্যাস কৰা হ’ল উচ্চ ন্যায়ালয়ৰ। প্ৰতিবাদ অব্যাহত বাৰ এছ’চিয়েচনৰ। অধিবক্তা সমাজৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি সিদ্ধান্তত অটল হৈ উচ্চ ন্যায়ালয়ৰ শিলান্যাসৰ বিৰুদ্ধে সংবাদমেল বাৰ এছ’চিয়েচনৰ। মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা অধিবক্তা সমাজৰ।
#pratidintime #assamnews #assam #guwahatihighcourt
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: