শিৱসাগৰৰ চেতিয়া গাঁৱত ভোগালীৰ আনন্দ।
Автор: Pratidin Time
Загружено: 2026-01-15
Просмотров: 221
শিৱসাগৰৰ চেতিয়া গাঁৱত ভোগালীৰ আনন্দ। চেতিয়া গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে মাঘী উৎসৱ। মাঘী উৎসৱ উপলক্ষে পুৱাৰে পৰা অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #assam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: