এইবাৰ সমুখ সমৰত আহিছে বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু চীন।
Автор: TIME8 News
Загружено: 2025-03-05
Просмотров: 117173
এইবাৰ সমুখ সমৰত আহিছে বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু চীন। ডোনাল্ড ট্ৰাম্পে লোৱা এক সিদ্ধান্তৰ পিছতেই জাঙুৰ খাই উঠিছে চীন। চীনা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে ২০ শতাংশ কৰ। ইয়াৰ পিছতেই চীনৰ প্ৰত্যুত্তৰ- সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু আছো।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: