মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Автор: Pratidin Time
Загружено: 2026-01-19
Просмотров: 4152
হিয়াৰ আমঠুৰ মহাপ্ৰয়াণৰ আজি চাৰিমাহ
ফাষ্টট্ৰেক আদালতত শুনানি নহ’ল, নহ’ল দৈনিক শুনানি
আদালতত জামিন আবেদন আটাইকেইটা অভিযুক্তৰ
ছিংগাপুৰৰ আদলতে ক’লে– অস্বাভাৱিক নহয় জুবিনৰ মৃত্যু
প্ৰথম দিনটোৰে পৰা এয়া এক হত্যাকাণ্ড বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে
চাৰি মাহে কেৱল অপেক্ষা কৰিছে অসমবাসী, অনুৰাগী আৰু পৰিয়ালে
ন্যায়ক লৈ অসমবাসী আশাবাদী যদিও মনত বহু শংকা
তাৰে মাজতে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ বাবে উঠি-পৰি লাগিছে একাংশ
জুবিন গাৰ্গৰ প্ৰতিচ্ছবি জনমানসত হেয় কৰিবলৈ অভিসন্ধি চলিছে নেকি?
জুবিনবিহীন চাৰিটা মাহত কি কি হ’ল, কি কি নহ’ল জুবিন গাৰ্গক লৈ?
জুবিনবিহীন ১২০টা দিনৰ ঘটনাৰাজিৰ ‘পোষ্টমৰ্টেম’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: