আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সংঘাত অব্যাহত
Автор: Pratidin Time
Загружено: 2026-01-19
Просмотров: 2075
আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সংঘাত অব্যাহত। কংগ্ৰেছৰ দখলত থকা কেইবাখনো আসন অখিল গগৈয়ে দাবী কৰাৰ বিপৰীতে নিজৰ স্থিতিত অটল গৌৰৱ গগৈ। আসন বুজাবুজিত ভুল নহ’লে AIUDF এইবাৰ নিশ্চিহ্ন হ’ব বুলি মন্তব্য অখিল গগৈৰ। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া AIUDFৰ।
#pratidintime #assamnews #opposition
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: