মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই.....
Автор: Pratidin Time
Загружено: 2025-12-24
Просмотров: 19678
মুখ্যমন্ত্ৰীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'লে 'প্ৰতিদিন গোষ্ঠী'ক....কেৱল 'প্ৰতিদিন গোষ্ঠী'য়ে নহয়, নাম নোলোৱাকৈয়ে আওপকীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক....আধাঘণ্টালৈ অকলে অকলে টিভিত জঁপিয়াই থকা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে...আৰু কি কি কৈছিল মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই.....চাওক সবিশেষ ...কিদৰে প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক?
আপোনাৰ তেনেকুৱা মিথ্যাচাৰ উদঙাবৰ কাৰণে যদি জঁপিয়াব লগা হয়, তেন্তে এহেজাৰবাৰ জঁপিয়াম..১০০ বাৰ কি লাখ বাৰ জঁপিয়ামঃ 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া
#PratidinTime #AssamNews #HimantaBiswaSarma
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: