কাজিয়া শেষেই হোৱা নাই বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিজেপি নেতা হিমাংশু শেখৰ বৈশ্যৰ
Автор: NKTV PLUS
Загружено: 2025-12-24
Просмотров: 4943
কাজিয়া শেষেই হোৱা নাই বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিজেপি নেতা হিমাংশু শেখৰ বৈশ্যৰ। পলাশবাৰীত এতিয়াও তীব্ৰ প্ৰতিক্ৰিয়া। হেমাংগ ঠাকুৰীয়াক দালাল আখ্যা দিছে পূৰ্বৰ বিধায়কে। অভিযোগ বহুত উঠিছে হিমাংশু শেখৰ বৈশ্যৰ বিৰুদ্ধেও। ইয়াৰ মাজতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। দুয়োজন নেতালৈ মুখ্যমন্ত্ৰীয়ে দিলে বেয়া খবৰ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: