Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

বিজেপিত বঙহৰ যুঁজে চূড়ান্ত ৰূপ লৈছে পলাশবাৰী সমষ্টিত...

Автор: Pratidin Time

Загружено: 2025-12-24

Просмотров: 2907

Описание:

বিজেপিত বঙহৰ যুঁজে চূড়ান্ত ৰূপ লৈছে পলাশবাৰী সমষ্টিত। প্ৰথমে বিধায়ক হেমাংগ ঠাকুৰীয়াই মাটিৰ দালালি কৰাৰ অডিঅ’ ভাইৰেল। তাৰ পাছত চাফাই গাই হেমাংগ ঠাকুৰীয়াই ক’লে- বিজেপিৰেই টিকট প্ৰত্যাশী নেতাই ভাইৰেল কৰিছে এই অডিঅ’। এনে কাণ্ডই বিজেপিৰ বৰঘৰত কঁপনি তুলিছে। অৱশেষত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে দুয়োগৰাকী নেতাই নাপাব টিকট। তদুপৰি বিজেপিৰ প্ৰাক্তন বিধায়কেও সমালোচনা কৰিলে হেমাংগ ঠাকুৰীয়াক। এই সুযোগ গ্ৰহণ কৰি বিৰোধীয়ে ছিণ্ডিকেটৰ অভিযোগেৰে আক্ৰমণ কৰিলে বিজেপিক।

#PratidinTime #AssamNews #assam #BJP

বিজেপিত বঙহৰ যুঁজে চূড়ান্ত ৰূপ লৈছে পলাশবাৰী সমষ্টিত...

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

স্বাভাৱিক হৈছে হিংসাজৰ্জৰ কাৰ্বি আংলঙৰ খেৰনিৰ পৰিস্থিতি।

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই.....

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মন্তব্য

উৰহৰ খং ভগা ঢাৰিত জৰা নীতি হিমন্ত বিশ্ব শৰ্মাৰ

কাৰ্বি আংলঙত খিলঞ্জীয়াৰ সংকটে কি বাৰ্তা বহন কৰিছে? | ‘আজিৰ পৰ্যৱেক্ষণ’

জনজাতিকৰণক লৈ আকৌ বিতৰ্ক

জনজাতিকৰণক লৈ আকৌ বিতৰ্ক

অৱশেষত ভাৰতৰ ওচৰত নেগুৰ পেলালে ইউনুছ চৰকাৰে। ভাৰতে চাউল নিদিলে ভোকত মৰিম আমি!

বিজেপি কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰা বিস্মিতা গগৈ এতিয়া বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদিকা

বৰদিন আমাৰ দেশৰ সংস্কৃতি নহয়,বৰদিনৰ সংস্কৃতি ইয়াত নচলিব

৩ গগৈৰ  আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়েও

অসমতে অসমীয়াৰ বিৰুদ্ধে Go Back ধ্বনি দিছে বহিৰাগত অনাঅসমীয়াই

আলাপ আলোচনাৰ পিছতে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব : মন্ত্ৰী ৰনোজ পেগু

নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় ছয় জনগোষ্ঠীৰ : মুখ্যমন্ত্ৰী

কাৰ্বি, তিৱা, ডিমাছাসকলে নিজকে অসমীয়া বুলি কিয় স্বীকৃতি নিদিয়ে?

Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3468 || 24.12.2025 |

ভাইৰেল অডিঅ’ই জোঁকাৰিছে পলাশবাৰীৰ ৰাজনীতি

বিজেপিৰ ২ নেতাৰ মাজত দুৰ্বাদল কাজিয়া৷

বিজেপিৰ ২ নেতাৰ মাজত দুৰ্বাদল কাজিয়া৷

নিৰ্বাচনৰ আগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহয়

REPOST | How The IC-814 Hijack Unfolded | IC814 বিমান অপহৰণৰ ২৬টা বছৰ,  IC814ৰ অসমীয়া যাত্ৰীগৰাকী

বহিৰাগতৰ দপদপনিত কিয় নতজানু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: [email protected]