কাৰ্বি আংলঙতে থাকি “কাৰ্বি Go Back” ধ্বনি দিয়াৰ সাহস অনা-অসমীয়াৰ। আঁৰত কোন শক্তি? || Aboyob Bhuyan
Автор: truth by Aboyob Bhuyan
Загружено: 2025-12-24
Просмотров: 6010
👉 বহিঃৰাজ্যত নহয়, নিজৰ ঠাইতে 'চাইনীজ' আখ্যা পাইছে কাৰ্বি লোকসকলে।
👉 নিজৰ ঘৰতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে কাৰ্বি লোকসকল।
👉 কাৰ্বি আংলঙত PGR, VGR’ৰ মাটি যধে-মধে বেদখল কৰা হৈছে।
👉 কাৰ্বি আংলঙৰ ভূমি বেদখলকাৰীক কিয় উচ্ছেদ কৰিব পৰা নাই?
👉 কিয় কাৰ্বি আংলঙত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে, নিজৰ ভূমিতে কিয় বৰ্ণবাদৰ সন্মুখীন কাৰ্বিসকল, কাৰ্বি আংলঙত হৈ থকা সম্পূৰ্ণ কথা আলোচনা কৰিম এই ভিডিঅ'ত।
*****
Connect with Aboyob on,
👉🏼 Instagram: / aboyobbhuyan
👉🏼 Twitter: / aboyobbhuyan
*****
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: