আসন বুজাবুজিক লৈ বিজেপি আৰু অগপৰ মাজত সংঘাত অব্যাহত।
Автор: Pratidin Time
Загружено: 2026-01-22
Просмотров: 1944
আসন বুজাবুজিক লৈ বিজেপি আৰু অগপৰ মাজত সংঘাত অব্যাহত। বৰ্ধিত কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি ৫০ খন আসন দাবী কৰিলে অগপৰ নেতা-কৰ্মীয়ে। শিপা থকা সমষ্টি অগপক এৰি দিব লাগিবই বুলি মন্তব্য। অগপৰ সহায় অবিহনে বিজেপি জয়ী হ’ব নোৱাৰে বুলি মন্তব্য অগপ নেতাৰ। ইয়াৰ বিপৰীতে অৱ্যশ্যে নৰম স্থিতি সভাপতি অতুল বৰাৰ। আসন বুজাবুজিক লৈ এতিয়াও সুস্পষ্ট নীতি নাই অগপৰ সভাপতিগৰাকীৰ।
#pratidintime #agp #bjp
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: