সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। চোক বাঢ়িছে নেতাৰ বাক্যবাণৰ।
Автор: Pratidin Time
Загружено: 2026-01-22
Просмотров: 393
সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। চোক বাঢ়িছে নেতাৰ বাক্যবাণৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই World Economic forum ত অংশ ল’বলৈ যোৱাক লৈ তীব্ৰ বাক্যবাণ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। লগতে ঋণৰ প্ৰসংগতো মুখ্যমন্ত্ৰীক আক্ৰমণ বিধায়ক অখিল গগৈৰ।
#pratidintime #akhilgogoi #assamnews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: