📌চৰকাৰী অধিবক্তাৰ দলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে: গৰিমা শইকীয়া গাৰ্গ
Автор: News Live
Загружено: 2026-01-16
Просмотров: 3416
📌 'শ্যামকানু মহন্ত, নন্দেশ্বৰ বৰাৰ জামিন আবেদন আদালতত'
📌 'ইয়াৰ পূৰ্বে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্যই জামিন আবেদন কৰিছিল'
📌 '২২ জানুৱাৰীত পৰৱৰ্তী শুনানি হ'ব'
📌 জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বৰ চৰকাৰী অধিবক্তাৰ দলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে: গৰিমা শইকীয়া গাৰ্গ
📌 'ছিংগাপুৰৰ আটাইকেইজন অসমলৈ আহিব লাগিব'
📌 '৩০ জানুৱাৰীত ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আদালতৰ'
📌 'আজি আদালতৰ পৰা সময় বিচাৰে চৰকাৰী অধিবক্তাই'
📌 এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: