সৰু BIKE খনেই মোৰ জীৱন আৰম্ভ।
Автор: HUNTER
Загружено: 2025-11-26
Просмотров: 2637
এই ভিডিঅ’টোত মই মোৰ জীৱনৰ এটা বিশেষ অধ্যায়ৰ কথা কোৱা আছে।
প্ৰথম বাইকখনৰ পৰা আজি পৰ্যন্ত লোৱা সকলো গাড়ীৰ সমপূৰ্ণ যাত্ৰা।
টকা নথকা দিনৰ পৰা আৰম্ভ কৰি নিজে উপাৰ্জন কৰি গাড়ী কিনা—
প্ৰতিটো স্তৰত আছে সংগ্রাম, শিক্ষাৰ ফল আৰু উন্নতিৰ ৰাস্তা।
এই ভিডিঅ’টোত আপুনি পাবঃ
🔹 প্ৰথম গাড়ী কেতিয়া আৰু কেনেকৈ কিনিলোঁ
🔹 মাজৰ সময়ৰ কষ্ট আৰু অভিজ্ঞতা
🔹 আজিৰ দিনলৈ লোৱা সকলো গাড়ীৰ তালিকা
🔹 মোৰ জীৱনৰ আসল প্ৰগতি আৰু motivation
ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু commentত লিখিব–
“Journey On” ✨
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: