10
Автор: HUNTER
Загружено: 2025-11-16
Просмотров: 23907
এই ভিডিঅ’টোত মই মোৰ জীৱনৰ আটাইতকৈ কঠিন দিনৰ কথা আপোনালোকক কম,
কেৰেলাত ৩২ টকা ঘণ্টাত কাম কৰিছিলো।অসমত আহি নিজৰ businesses start কৰিলো,
কিন্তু বেংকলৈ LOAN লবলৈ গ’লোঁ…
বেংকে কেৱল এটা কথাহে ক’লে—
LOAN দিব নোৱাৰো।”
আজিৰ ভিডিওটো সেই যাত্ৰাৰ real গল্প —
সংঘাতৰ পৰা সফলতা, পৰিশ্ৰমৰ পৰা আশাৰ কথা।
👉 দোকান খুলিব খোজা মানুহ অথবা উদ্যোগ আৰম্ভ কৰিব খোজা যিকোনো ব্যক্তিৰ বাবে এই ভিডিওটো একদম বাস্তৱ শিক্ষা।
Support the channel ✨
LIKE • SHARE • COMMENT
#HunterChannel #AssameseBusinessJourney
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: