Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

কঁঠাল মুচি চপ, ঢেঁকীয়া কনবিলাহি দাইল, কঁঠাল মুচি নাৰিকল মছলা ভাজি আৰু বহুতো । jackfruit special।

Автор: AMAR GAON

Загружено: 2024-04-26

Просмотров: 90978

Описание:

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon

আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"

Our Facebook link-  / amargaon12  
Our Instagram link-https://instagram.com/amargaon20?utm_...
Watch all my videos -   / @amargaon3296  

some other videos.....
Nature gives us all everything-   • প্ৰাচুৰ্যময় পাহাৰৰ বনৰীয়া শাক পাঁচলিবোৰ | ...  
*The lifestyle of the people on the bank of our Disang river-   • ম'হৰ এঠা দৈৰ সৈতে কোমল চাউলৰ জলপান | The l...  
*A special fishing day-   • ঠলুৱা মাছৰ আঞ্জা | A special fishing day |...  
*A beautiful day of the harvesting season to reap our golden paddy fields-   • মাতে পকা ধানে ৰিঙীয়াই | A beautiful day of...  

#villagelifestyle
#villagecooking
#ethnicfood
#amargaon
#assam

কঁঠাল মুচি চপ, ঢেঁকীয়া কনবিলাহি দাইল, কঁঠাল মুচি নাৰিকল মছলা ভাজি আৰু বহুতো । jackfruit special।

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

সুস্বাদু জুতিৰে সকলোৱে মিলি এসাঁজ।

সুস্বাদু জুতিৰে সকলোৱে মিলি এসাঁজ।

নেপালী প্ৰণালীয়ে ৰন্ধা ছাগলী মাংসৰ ভোতোৱা । perfect taste ।

নেপালী প্ৰণালীয়ে ৰন্ধা ছাগলী মাংসৰ ভোতোৱা । perfect taste ।

লাই লগত কুকুৰা মাংস বইল আৰু বুট মগু লগত অমিতা খাৰ দিয়া ভাজি খনৰ জুতিয়ে মনলৈ কি যে তৃপ্তি আনি দিয়ে।

লাই লগত কুকুৰা মাংস বইল আৰু বুট মগু লগত অমিতা খাৰ দিয়া ভাজি খনৰ জুতিয়ে মনলৈ কি যে তৃপ্তি আনি দিয়ে।

summer special taste of fish । মিৰিকা মাছ ভোলৰ সোৱাদযুক্ত জোল লগতে দুটি অতি তৃপ্তিৰ জুতি ।

summer special taste of fish । মিৰিকা মাছ ভোলৰ সোৱাদযুক্ত জোল লগতে দুটি অতি তৃপ্তিৰ জুতি ।

সবচেয়ে সহজ পদ্ধতিতে দেশি চুলায় হান্ডি চিকেন।সাথে বেগুন সুন্দরী।জমিয়ে খাওয়াদাওয়া।Handichicken2025।।

সবচেয়ে সহজ পদ্ধতিতে দেশি চুলায় হান্ডি চিকেন।সাথে বেগুন সুন্দরী।জমিয়ে খাওয়াদাওয়া।Handichicken2025।।

পইটা ভাতৰ লগত বহুতো পিটিকা আৰু সোৱাদভৰা শুকান ভাজি । কচুঠুৰী, ঢেঁকীয়া, মচুন্দৰি, কলদিল , নেফাফু....

পইটা ভাতৰ লগত বহুতো পিটিকা আৰু সোৱাদভৰা শুকান ভাজি । কচুঠুৰী, ঢেঁকীয়া, মচুন্দৰি, কলদিল , নেফাফু....

ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটোৱেই জনা নাছিলোঁ প্ৰথমতে @amargaon3296

ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটোৱেই জনা নাছিলোঁ প্ৰথমতে @amargaon3296

Азербайджанская деревенская женщина испекла 5 гигантских тортов — и все за один день

Азербайджанская деревенская женщина испекла 5 гигантских тортов — и все за один день

A STORMY DAY IN THE VILLAGE  PITI, A UNIQUE DISH IN MUD POTS WITH CHESTNUTS AND DRIED FRUIT

A STORMY DAY IN THE VILLAGE PITI, A UNIQUE DISH IN MUD POTS WITH CHESTNUTS AND DRIED FRUIT

উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

Egg special । আলু কণীদম দৈৰ লগত, ৰঙালাউ পাত দালপকৰি আৰু বাদাম চাটনি।

Egg special । আলু কণীদম দৈৰ লগত, ৰঙালাউ পাত দালপকৰি আৰু বাদাম চাটনি।

মাছৰ দুটি সুন্দৰ জুতিৰ লগতে এটি অতি সোৱাদযুক্ত চাটনি ।

মাছৰ দুটি সুন্দৰ জুতিৰ লগতে এটি অতি সোৱাদযুক্ত চাটনি ।

A taste which is never forgetable। পচলাৰ এটা অনন্য সোৱাদ । লগতে দুটি অতি সোৱাদ পূৰ্ণ ব্যঞ্জন ।

A taste which is never forgetable। পচলাৰ এটা অনন্য সোৱাদ । লগতে দুটি অতি সোৱাদ পূৰ্ণ ব্যঞ্জন ।

Как живут люди в отдалённых турецких деревнях? Простая жизнь среди гор.

Как живут люди в отдалённых турецких деревнях? Простая жизнь среди гор.

Home Made Crispy French Fries Recipe With Tips and Tricks || একেবাৰে সহজ পদ্ধতিত বজাৰৰ সোৱাদত

Home Made Crispy French Fries Recipe With Tips and Tricks || একেবাৰে সহজ পদ্ধতিত বজাৰৰ সোৱাদত

একেবাৰে সহজ পদ্ধতিৰে পাটিচাপটা পিঠা | Patishapta Pitha Recipe in Assamese | খাবলৈ টেষ্টি বনাবলৈ সহজ

একেবাৰে সহজ পদ্ধতিৰে পাটিচাপটা পিঠা | Patishapta Pitha Recipe in Assamese | খাবলৈ টেষ্টি বনাবলৈ সহজ

Индийская сельская жизнь в деревне Пенджаб, кулинария | Женская сила

Индийская сельская жизнь в деревне Пенджаб, кулинария | Женская сила

জাকৈ মাৰি ধৰা শিঙি - গৰৈ চিৰিকা মাছেৰে আজি তৃপ্তিৰে এসাঁজ । কুজি ঠেকেৰাৰ লগত শিঙি মাছৰ জোল |

জাকৈ মাৰি ধৰা শিঙি - গৰৈ চিৰিকা মাছেৰে আজি তৃপ্তিৰে এসাঁজ । কুজি ঠেকেৰাৰ লগত শিঙি মাছৰ জোল |

আজি আলহীৰ লগত হাঁহি ফুৰ্তিৰে এসাঁজ। lunch with our guest ।

আজি আলহীৰ লগত হাঁহি ফুৰ্তিৰে এসাঁজ। lunch with our guest ।

মিচিং সম্প্ৰদায়ৰ আলি আয়ে লৃগাং উপলক্ষে আজিৰ আয়োজন । গাহৰিৰ মাংস ইমান সোৱাদপূৰ্ণ কবলৈ ভাষা নাই ।

মিচিং সম্প্ৰদায়ৰ আলি আয়ে লৃগাং উপলক্ষে আজিৰ আয়োজন । গাহৰিৰ মাংস ইমান সোৱাদপূৰ্ণ কবলৈ ভাষা নাই ।

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]