জুবিন গাৰ্গৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ...
Автор: Pratidin Time
Загружено: 2025-10-02
Просмотров: 16876
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে SITয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰখাৰ সময়তে ছিংগাপুৰৰ পৰা আহিছে এটা ডাঙৰ খবৰ। ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তৰ হাতত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন অৰ্পণ কৰিলে ছিংগাপুৰ আৰক্ষীয়ে। ভাৰতীয় উচ্চায়ুক্তৰ অনুৰোধৰ পিছতে ছিংগাপুৰ আৰক্ষীয়ে অৰ্পণ কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন। ইফালে প্রয়োজন সাপেক্ষে ছিংগাপুৰলৈ যাবলৈ সাজু হৈ আছে SITৰ সদস্য।
#pratidintime #assamnews #assam #justiceforzubeengarg #SIT #CID #Singapore
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: