মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 2
Автор: Pratidin Time
Загружено: 2026-01-20
Просмотров: 1066
কাৰ্বিভূমিৰ পিছত এইবাৰ জ্বলিছে বড়োভূমি
হাগ্রামা মহিলাৰীৰ চৰকাৰ গঠনৰ পিছত কোকৰাঝাৰত দুটাকৈ বিক্ষিপ্ত ঘটনা
প্রথমে BTCত আক্রমণ, এইবাৰ গোষ্ঠী সংঘৰ্ষৰ উকমুকনি
হাগ্রামা মহিলাৰীৰ মতে অশান্ত কোকৰাঝাৰৰ আঁৰত তৃতীয় শক্তি
সঁচাকৈয়ে BTCক অশান্ত কৰাৰ ষড়যন্ত্র চলিছে নেকি?
কোকৰাঝাৰত সোমবাৰে সংঘটিত হৈছিল কি, দুৰ্ঘটনা নে আন কিবা?
জনজাতি অধ্যুষিত অঞ্চলত হঠাৎ কিয় গোষ্ঠী সংঘৰ্ষৰ উকমুকনি?
কোনো অপশক্তিয়ে আৰম্ভ কৰিছে নেকি Divide & Rule Policy
জনজাতীয় লোকৰ সৰলতাক ইন্ধন হিচাপে লৈ বিভেদৰ বীজ সিঁচা হৈছে নেকি?
যুক্তি, বিতৰ্ক আৰু নিৰ্মোহ বিশ্লেষণ
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 2 #PratidinTimeLIVE
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: