Gaurav Gogoi Visits Zubeen Garg’s Memorial Ahead of Rahul Gandhi’s Arrival
Автор: INC Assam
Загружено: 2025-10-16
Просмотров: 2671
কাইলৈ পৱিত্ৰ সমাধিস্থলীলৈ গৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰিবলৈ গুৱাহাটীলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া। তেখেতৰ আগমণৰ প্ৰাকক্ষণত আজি সোণাপুৰৰ পৱিত্ৰ সমাধিস্থলীত দলীয় সতীৰ্থসহ উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: