প্ৰাণৰ শিল্পীৰ বাবে ন্যায় বিচাৰি আজি ৰাজ্যৰ ৰাজপথ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাই
Автор: Pratidin Time
Загружено: 2025-10-14
Просмотров: 80647
ন্যায় লাগে। এই ন্যায় জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে যিমান গুৰুত্বপূৰ্ণ, আমাৰ নিজ বাবেও সিমানেই প্ৰয়োজনীয়। প্ৰাণৰ শিল্পীৰ বাবে ন্যায় বিচাৰি আজি ৰাজ্যৰ ৰাজপথ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। পানী নসৰকা তদন্ত প্ৰক্ৰিয়া, শক্তিশালী অভিযোগনামা দাবী কৰিলে আছুৱে।
#pratidintime #assamnews #assam #AASU #SamujjalKumarBhattacharya #justiceforzubeengarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: