পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি
Автор: Assam Talks Digital
Загружено: 2025-12-22
Просмотров: 42975
পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি। উচ্ছেদৰ দাবীত আমৰন অনশন কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীয়ে আটক কৰা প্ৰতিবাদীক মোকলাই দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ অব্যাহত। প্ৰতিবাদী উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰিলে CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰাত আহত হৈছে তিনি প্ৰতিবাদী।
#assamtalksdigital #Kheroni #assamtalksdigital
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: