NAMAMI Jogote Jaanibo Aamaar Gaon Episode - 02 গুৰু বাদ্য 'খোল' ক'ত-কেনেকৈ প্ৰস্তুত কৰিছিল জানো আহক
Автор: Namami Production
Загружено: 2025-10-13
Просмотров: 544
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই প্ৰথম ভাগ গুৰু বাদ্য 'খোল' ক'ত-কেনেকৈ প্ৰস্তুত কৰিছিল জানো আহক -EPISODE 01 (Part 02) (Watch Full Video Now):
• NAMAMI Jogote Jaanibo Aamaar Gaon Episode ...
কলং-কপিলী নৈৰ মহাসংগমত অৱস্থিত ঐতিহ্যমণ্ডিত আউনীআতী শাখা সত্ৰৰ ইতিহাস জানো আঁহক!
"জগতে জানিব আমাৰ গাঁও" :পৰৱৰ্তী খণ্ডৰ বাবে Subscribe কৰক Namami Production!
অসমৰ মৰিগাঁও জিলাত অৱস্থিত জাগী ভকতগাঁও চহকী সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিশেষভাৱে পৰিচিত। কলং-কপিলী নৈৰ মহাসংগমত অৱস্থিত জাগী ভগতগাঁও অসমীয়া আৰু তিৱা সংস্কৃতিৰ অনন্য মিশ্ৰণৰ বাবে জনাজাত। এই গাঁওতে অৱস্থিত ঐতিহাসিক আউনীআতী শাখা সত্ৰ।
১৮১৩ চনতে স্থাপিত এই সত্ৰখনতে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰথমভাগ গুৰুবাদ্য 'খোল' প্ৰস্তুত কৰিছিল বুলি প্ৰবাদ আছে। বহু ইতিহাসৰ সাক্ষী জাগী ভকতগাঁওৰ আউনীআতী শাখা সত্ৰ আৰু এই অঞ্চলৰ চহকী লোক-সংস্কৃতিৰ বিষয়ে নমামি প্ৰডাকচন-এ প্ৰস্তুত কৰিছে এক পূৰ্ণাংগ তথ্যচিত্ৰ। তথ্যচিত্ৰখনৰ পৰৱৰ্তী খণ্ডৰ বাবে Subscribe কৰক Namami Production !
Facebook : https://www.facebook.com/profile.php?...
Instagram : https://www.instagram.com/namamiprodu...
Contact Us: [email protected]
#srimantasankardev #assam #assameseculture #india #awsomeassam #borgeet #cultureofassam #sankardev #assamese #zubeengarg #drbhupenhazarika #bhupenhazarika #bhupenhazarikasong #assameseinforeign #assamesenews #assamtourism
#assamtezpur #tokarigeet #motivation #preserveculture #indian
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: