বড়োভূমিত নিজৰ শক্তি দেখুৱাই দিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে
Автор: Pratidin Time
Загружено: 2025-09-27
Просмотров: 239739
বড়োভূমিত নিজৰ শক্তি দেখুৱাই দিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ৪০ খন আসনৰ ২৮ খনতেই বিজয় ধ্বজা উৰুৱাই হাগ্ৰামা মহিলাৰীয়ে যেন প্ৰমাণ কৰি দিলে বড়োভূমিৰ ৰণক্ষেত্ৰৰ তেওঁৱেই One man Army। আগন্তুক ৫ বছৰলৈ বিজেপিৰ সৈতে সমিলমিলেৰে বড়োভূমিত শাসন চলাব হাগ্ৰামা মহিলাৰীয়ে।
#pratidintime #assamnews #assam #btcelection2025 #hagramamahilary
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: