Hey Joyo Raghura Nandana (হে জয় ৰঘুৰ নন্দন) - by Bhupen Hazarika.
Автор: Assamese Old Songs অসমীয়া পুৰণি গীত
Загружено: 2018-04-21
Просмотров: 68358
Assamese devotional song of Bhupen Hazarika /Lyrics of the song :
. #_হে_জয়_ৰঘুৰ_নন্দন_হে_ৰাঘৱ
🌿🌼🌿
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
মোকে কিনা কিনা প্রভু
মোকে কিনা কিনা প্রভু
মোকে কিনা কিনা
জয় ৰঘুৰ নন্দন
আন ধন নালাগয়
নামধন বিনা..!
জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
কিনো ভাগ্য কিনো ভাগ্য !
কিনো ভাগ্য কিনো ভাগ্য !
মিলল হামাৰি
জয় ৰঘুৰ নন্দন
নিৰমল ৰাঙাপদ !
পেখিলো তুমহাৰি
জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে
জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম.!
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম. ৷৷
🌿🌼🌿
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: