Bor Boriba Jai Menoka ( বৰ বৰিবা যায় মেনকা ) - by Bhupen Hazarika.
Автор: Assamese Old Songs অসমীয়া পুৰণি গীত
Загружено: 2019-02-21
Просмотров: 12771
Assamese song of Bhupen Hazarika./ Lyrics of the song :
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট
মাথাৰ কাপোৰ গুচাই চাইলা
জোৱাই উলংগত
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট।
মাথাত আছে সৰ্পৰ ফেনা অ'..
গলে মুণ্ড মালা
কংকালে বাঘৰ ছাল
গাৱে ভশ্ম ধূলা
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট।
বাইছটা ঢেকী ভাঙুৰাৰ অ'
তেইছখান কূলা
দিনে ৰাতি খুন্দি মৰে জৈটা ভাঙৰ গুৰা
হে বৰ বৰিবা যায় মেনকা সংগে দুনী ঘট।
হাতত আছে ডম্বৰুটো ...ও ও ও
গাৱে ভষ্ম ধূলি
চকু দুটা ডাঙাৰ ডাঙাৰ
পেটটো ভাঙা ডুলি
জৈটা ভাংৰ গুৰা ভাঙুৰা এ হে হে হে
গাল ভৰিয়া খাই
ভাঙৰ জ্বালাত থাকবা ন’ৰি
খুচনি পাৰাক যায়
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট
খুচনি পাৰাক যাবাক লাগি অ'
এ হে হকৰা ডমৰা
নেদু পাৰ্বতীক বিয়া যা গুছি ভাঙুৰা
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট
হে বৰ বৰিবা যাই মেনকা সংগে দুনী ঘট
My Facebook Page
/ কল্পতৰু-105366007532977
My Facebook Account :
https://www.facebook.com/profile.php?...
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: