ইবাৰ তৰুণ গগৈৰ দৰে সাংসদ পুত্র গৌৰৱ গগৈয়েও কৈ উঠিল ‘বাদ দিয়াহে’
Автор: Pratidin Time
Загружено: 2025-12-05
Просмотров: 3869
প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ মুখৰ এটি সৰ্বপৰিচিত বাক্য আছিল ‘বাদ দিয়াহে’। বহু জটিল সমস্যা, ৰাজনৈতিক আক্রমণ, সাংবাদিকৰ প্রশ্নবাণ আদি সকলো মাত্র এই এটি বাক্যৰেই এৰাই চলিছিল তৰুণ গগৈয়ে। এইবাৰ তৰুণ গগৈৰ দৰে সাংসদ পুত্র গৌৰৱ গগৈয়েও কৈ উঠিল ‘বাদ দিয়াহে’। কি প্রসংগত কাক উদ্দেশ্যি গৌৰৱ গগৈয়ে ক’লে ‘বাদ দিয়াহে’। চাওঁক এই প্রতিবেদন।
#pratidintime #gauravgogoi #himantabiswasarma
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: