এটা
Автор: HUNTER
Загружено: 2025-11-05
Просмотров: 2724
আজিৰ ভিডিঅ’ত মই আপোনালোকক এটা সত্য কাহিনী ক’ম — মোৰ দোকান PWD ৰাস্তাৰ কাষত আছিল।
আগতে one-way আছিল, এতিয়া two-way বনাব বুলি কৈছিল। মই ভাবিছিলোঁ মোৰ দোকানটোও যাব ৰাস্তাত, আৰু bridge বনিব দোকানৰ ওৰলৈকে,মই ভাবিলো দোকানখন গ’লে 15 লাখ পাম।
কিন্তু bad news হৈছে bridgeটো মোৰ দোকানলৈকে নাহে…
Good news হৈছে — দোকানটো নাযায়!
মই এই দোকানখনৰ পৰা future ত 10 বছৰত 80 লাখ কমাব পাৰিম 💪
👉 মনোবল হেৰুৱাব নালাগে — যি হয়, সেয়াই ভালৰ বাবে হয় বুলি বিশ্বাস ৰাখক ❤️
#AssameseVlog #BusinessJourney #RealLifeStory #DibrugarhVlog #AssameseMotivation #RealityOfLife
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: