জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ক্ষেত্রত বিশেষ ঘোষণা চৰকাৰৰ-
Автор: Pratidin Time
Загружено: 2026-01-01
Просмотров: 10583
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ক্ষেত্রত বিশেষ ঘোষণা চৰকাৰৰ-
১২ জানুৱাৰীৰ পৰা জুবিন গাৰ্গৰ গোচৰৰ বাবে বিশেষ লোক অধিবক্তা নিযুক্তি দিয়া হ’ব
৬-৭ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ’ব বিশেষ লোক অধিবক্তাৰ নাম
‘গুৱাহাটী HCৰ মুখ্য ন্যায়াধীশক এখন বিশেষ আদালতৰ বাবে আবেদন জনাম’
‘ৰৈ ৰৈ বিনালে’ৰ পৰা ৩২কোটি টকা উপাৰ্জন হৈছে
২.৯০ কোটি টকাৰ GST কলাগুৰু ফাউণ্ডেচনক প্রদান কৰা হ’ব
#PratidinTime #AssamNews #happynewyear2026 #ZubeenGarg #JusticeForZubeenGarg #HimantaBiswaSarma
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: