মই অ’পেনলী কৈছো যিদিনা মই ম* ৰিম সিদিনা মোক জ্ব* লাই নিদিব
Автор: NB News
Загружено: 2025-10-29
Просмотров: 314720
মই অ’পেনলী কৈছো যিদিনা মই ম* ৰিম সিদিনা মোক জ্ব* লাই নিদিব৷ ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ’ল৷ প্ৰায় প্ৰতিটো অনুষ্ঠানতে জুবিনদাৰ মুখত শুনা গৈছিল এই বিশেষ কথা৷ আজি যেন সেই কথাষাৰো বাস্তৱ হৈ উঠিল৷ ঈশ্বৰপুত্ৰ জুবিনৰ চিতাভস্ম আজি উটুৱাই দিয়া হ’ল লোহিতৰ বুকুত৷
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: