পানী
Автор: HUNTER
Загружено: 2025-11-03
Просмотров: 3804
প্ৰতিদিনৰ দৰে আজি মই আপোনালোকক মোৰ দিনটো দেখুৱাবলৈ চেষ্টাকৰিছোঁ — দোকানৰ কাম, গ্ৰাহক, ডেলিভাৰী, জীৱনৰ সৰু সৰু সুখৰ মুহূৰ্তবোৰ। ❤️
এজন দোকানীৰ জীৱন সহজ নহয়, কিন্তু এই যাত্ৰাতেই আনন্দ আছে, শিকিবলগীয়া আছে।
আপোনালোকেও আপোনাৰ জীৱনৰ কামটো গৰ্বেৰে কৰক — কাৰণ প্ৰতিটো কামত মান আছে। 🙏
📍স্থান — অসম
🎥 ভিডিঅ’ সম্পূৰ্ণভাৱে মোৰ জীৱনৰ এটা দিনৰ বাস্তৱ কাহিনী।
👉 যদি ভাল লগিলে, চেনেলটো Subscribe কৰক, Comment ত আপোনাৰ মতামত জনাওক 💬
#AssameseVlog #AssameseYouTuber #DailyLife #ShopkeeperVlog #AssamLife #SimpleLiving #HardWorkPaysOff #VlogFromAssam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: